অসম

চি আই ডিৰ জালত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন

Asomiya Pratidin
  • চি আই ডিৰ জালত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন

  • দৰং জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰূপম ফুকন

  • ধুলা থানাৰ গোচৰত চি আই ডিত জেৰা বিষয়াজনক

  • ইতিমধ্যে গ্রেপ্তাৰ হৈছে ধুলাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা

  • উৎপল বৰাৰ ভাষ্যৰ ভিত্তিতে জেৰা ৰূপম ফুকনক

  • ৰূপম ফুকনৰ নিৰ্দেশতেই ধন সংগ্রহৰ কথা স্বীকাৰ উৎপল বৰাৰ