দক্ষিণ কামৰূপত অঘটন।সোণতলীত দুবছৰীয়া শিশুৰ সলিল সমাধি।পুখুৰীত পৰি মৃত্যু ঘটিল দুবছৰীয়া শিশুটিৰ।শিশুটোৰ নাম ওজাৱিবুল হক।সোণতলীৰ জাওকাটাদিয়াত ঘৰ শিশুটোৰ।স্থানীয়লোকে পুখুৰীৰ পৰা উদ্ধাৰ কৰে শিশুটি।অঞ্চলটোত নামিছে শোকৰ বন্যা।