মহানগৰীৰ বোন্দাৰ খেৰবাৰীত শোকাৱহ ঘটনা।সোমবাৰে সংঘটিত হয় এই ঘটনা।খেলি থকা অৱস্থাত ব্রহ্মপুত্রৰ বাঢ়নী পানীত পৰি মৃত্যু দুটি শিশুৰ।মৃত শিশু দুটিৰ নাম আলফাজ উদ্দিন, জিয়াৰোল আলী।