অসম

কোভিড ভেকচিন ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

asomiyapratidin
  • মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ল'লে কোভিড ভেকচিন।
  • বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত লয় কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
  • টুইটাৰ যোগে সোণোৱালে প্ৰকাশ কৰে এই কথা।
  • ৰাজ্যবাসীক সতৰ্ক হ'বলৈ আহ্বান সোণোৱালৰ।