- ৰাজভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
- ৰাজ্যপাল জগদীশ মুখীক দাখিল কৰিলে পদত্যাগ পত্ৰ ।
- দেওবাৰে ঘোষণা কৰা হ'ব অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।
- বিজেপিৰ বিধায়িনী দলৰ বৈঠকতে ঘোষণা কৰা হ'ব পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম ।
- বিজেপিৰ নৱনিৰ্বাচিত সকলো বিধায়ক উপস্থিত বিধানসভাত ।