- চেন্নাইত থকা অসমীয়াসকলৰ বাবে সুখবৰ।
- চেন্নাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে অসম ভৱন।
- ভৱনটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয়- চেন্নাইত থকা অসমীয়াসকলৰ বাবে আজিৰ দিনটো অতিকে গুৰুত্বপূৰ্ণ।
- "অসম ভৱন এটা গৃহ নহয়, এইখন এখন সেতু"
- অসম ভৱনটো অসমৰ ৰাইজৰ বাবে উৎসৰ্গা মুখ্যমন্ত্ৰীৰ।