অসম

চৰাইদেউৰ চফ্ৰাইত মহিলাৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, সোণাৰি : চৰাইদেউ জিলাৰ চফ্ৰাইত শনিবাৰে পুৱা পথৰ এটা কালভাৰ্টৰ সমীপত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। মহিলাগৰাকী নাফুক গাঁৱৰ বাক্তি পাৰাৰ মৃত হৰেৰাম তাঁতীৰ পত্নী ভাৰতী তাঁতী(৪৫) বুলি চিনাক্ত কৰা হৈছে।