অসম

চৰাইদেউৰ চফ্ৰাই নৈত গা-ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰৰ মৃতদেহ উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলাৰ মথুৰাপুৰ সমীপৰ চফ্ৰাই নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা মথুৰাপুৰ চাহ বাগিচাৰ দুই কিশোৰৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। মঙলবাৰে দিনৰ ভাগত মাইবেলাৰ দলঙৰ তলত পানীত উপঙি থকা অৱস্থাত স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰে।

উদ্ধাৰ কৰা মৃত কিশোৰ গৰাকীৰ নাম ৰাজা ভূমিজ। বৰ্তমানওৰ সন্ধান ওলোৱা নাই আনগৰাকী কিশোৰৰ।