- ক'ৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ দেশজুৰি লকডাউন।
- লকডাউনৰ চৰাইদেউ জিলা প্ৰশাসন আৰু খাদ্য অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে এক অধিসূচনা।
- অত্যাৱশ্যকীয় সামগ্ৰী মূল্যৰ ক্ষেত্ৰত জাৰি কৰা হৈছে এই গুৰুত্বপূৰ্ণ অধিসূচনা।
- অধিসূচনাত উল্লেখ কৰা হৈছে যে, সামগ্ৰী সমূহ পাইকাৰী আৰু খুচুৰা বিক্ৰেতাই নিৰ্দ্ধাৰিত দামত কৈ বেছি দামত বিক্ৰী কৰিব নোৱাৰিব।
- উল্লেখযোগ্য যে, এই অধিসূচনা ৩০ মাৰ্চ, ২০২০লৈকে কাৰ্যকৰী হ'ব ৷
- পৰৱৰ্তী সময়ত পুনৰ সামগ্ৰীসমূহৰ দাম নিৰ্দ্ধাৰণ কৰা হ'ব৷