অসম

চৰাইদেউৰ টেঙাপুখুৰীত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাগ্ৰস্ত বাহন…

asomiyapratidin
  • চৰাইদেউৰ টেঙাপুখুৰীৰ গজলা সত্রৰ সমীপত দুৰ্ঘটনা।
  • নিয়ন্ত্রণ হেৰুৱাই দুৰ্ঘটনাগ্রস্ত এখন যাত্রীবাহী মেক্সিমো বাহন।
  • দুৰ্ঘটনাত বাহনখনৰ চালক মনোজ ফুকনৰ মৃত্যু।
  • অৱশ্যে বাহনখনত নাছিল কোনো যাত্রী।
  • দুৰ্ঘটনাগ্রস্ত বাহনখনৰ নম্বৰ AS-04 AC 3186।