মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
অসম

বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ, থিতাতে নিহত এজন...

Asomiya Pratidin
  • চাপৰৰ খেৰডুবিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • বাইক আৰু ট্রাকৰ মাজত সংঘৰ্ষ।

  • দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী।

  • নিহত বাইক আৰোহীজন বৰপেটাৰ চামচুমা বড়ো।

  • এজন বাইক আৰোহীৰ অৱস্থা সংকটজনক।

  • গুৰুতৰভাৱে আহত বঙাইগাঁও বালাপাৰৰ মফিদুল ইছলাম।