অসম

চাপৰৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ’ল এজনৰ…

asomiyapratidin
  • চাপৰৰ মোৱাটাৰিস্থিত ১৭নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা।
  • দুৰ্ঘটনাত পতিত UP 65 BF 7034 নম্বৰৰ চাৰিচকীয়া বাহন।
  • থিতাতে নিহত বাহনখনৰ চালকজন।
  • নিহত চালকজন বিহাৰৰ অজিত কুমাৰ