অসম

গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে…

asomiyapratidin
  • গুৱাহাটীত বৃহস্পতিবাৰেও উত্তপ্ত পৰিৱেশ।
  • চানমাৰীত-শিলপুখুৰীত ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
  • প্ৰতিবাদী জনতাক চত্ৰভংগ দিয়াবলৈ গুলীবৰ্ষণ কৰিছে সেনাই।
  • পিছ হুহকি অহা নাই প্ৰতিবাদকাৰী।
  • সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে।
  • প্ৰতিবাদকাৰীক প্ৰহাৰ সেনাৰ।
  • সেনা জোৱানকে প্ৰহাৰ কৰিছে প্ৰতিবাদকাৰীয়ে।
  • অসমীয়াৰ আৱেগ তহতে কি বুজিবি শ্লগান প্ৰতিবাদকাৰীৰ।