- গুৱাহাটীত বৃহস্পতিবাৰেও উত্তপ্ত পৰিৱেশ।
- চানমাৰীত-শিলপুখুৰীত ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
- প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন।
- হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত নিস্তেজ আৰক্ষী।
- প্ৰতিবাদস্থলী এৰি পলাবলৈ বাধ্য আৰক্ষী।
- ইফালে বিভিন্ন স্থানত প্ৰতিবাদী জনতাক চত্ৰভংগ দিয়াবলৈ গুলীবৰ্ষণ কৰিছে সেনাই।
- পিছ হুহকি অহা নাই প্ৰতিবাদকাৰী।
- সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে।
- প্ৰতিবাদকাৰীক প্ৰহাৰ সেনাৰ।
- সেনা জোৱানকে প্ৰহাৰ কৰিছে প্ৰতিবাদকাৰীয়ে।
- অসমীয়াৰ আৱেগ তহতে কি বুজিবি, জয় আই অসম শ্লগান প্ৰতিবাদকাৰীৰ।