- চামগুৰিত সংঘটিত ছাত্ৰী অপহৰণ কাণ্ড।
- অপহৃত ছাত্ৰীগৰাকীৰ নাম সবিতা বেগম
- ছাত্ৰীগৰাকীৰ বয়স প্ৰায় ১৪ বছৰ।
- বিদ্যালয়লৈ গৈ থকা অৱস্থাত অপহৰণ কৰি নিছিল ছাত্ৰী গৰাকীক।
- চামগুৰি বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিল অপহৃতা সবিতা বেগম।
- অপহৰণ কাণ্ডৰ লগত দুজন ব্যক্তি জড়িত থকাৰ সন্দেহ পৰিয়ালৰ।