অসম

ছয়গাঁৱৰ কুকুৰমাৰাত ৩ ছাত্ৰীৰ সলিল সমাধি

asomiyapratidin
  • ছয়গাঁৱৰ কুকুৰমাৰাত অঘটন।
  • ৩ ছাত্ৰীৰ সলিল সমাধি।
  • গা ধুবলৈ গৈ কলহী নৈত সন্ধানহীন ৩ ছাত্ৰী।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ কেইটা।
  • ছাত্ৰী কেইগৰাকীৰ নাম প্ৰীতি কলিতা, মৌচুমী কলিতা আৰু ৰিংকি কলিতা।