road accident
road accident road accident
অসম

চাংসাৰীৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজনৰ

Asomiya Pratidin
  • চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • সোমবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।

  • কণ্টেইনাৰ বাহনে মহটিয়াই নিলে এজনক।

  • থিতাতে নিহত উলুবাৰীৰ মানিক ৰাজবংশী নামৰ লোকজন।

  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ UK 14 C 4225।

  • উত্তেজিত ৰাইজে বাহনখন জব্দ কৰি চমজাই দিয়ে আৰক্ষীক।