অসম

বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন : ১৫ মেলৈ বন্ধ থাকিব ৰংঘৰ,তলাতল ঘৰ…

asomiyapratidin
  • দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • কোভিডৰ ভয়াবহতাৰ বাবে ভাৰতীয় পুৰাতাত্বিক বিভাগৰ বিশেষ নিৰ্দেশনা ।
  • পুৰাতাত্বিক বিভাগৰ অধীনস্থ সকলো স্থান ১৫ মেলৈ বন্ধ থাকিব ।
  • অসমত কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত আছে প্ৰায় ৫৫ টা স্থান ।
  • কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত থকা ৰংঘৰ,তলাতল ঘৰ,বিষ্ণুদৌল আদি বন্ধ থাকিব ।