chiranjeev dutta
chiranjeev dutta 
অসম

বিস্ময়ৰ জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই...

Asomiya Pratidin

ডিজিটেল ডেস্ক : জনপ্রিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত আৰু নাই। এসময়ত বিস্ময় আলোচনীযোগে জনপ্ৰিয় কাৰ্টুনিষ্টগৰাকীৰ কাৰ্টুনে ব্যাপক চৰ্চা লাভ কৰিছিল। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল দত্ত।

উল্লেখ্য যে কাৰ্টুনিষ্ট গৰাকীৰ অন্তিম অন্ত্যেষ্টিক্ৰিয়া শনিবাৰে নৱগ্ৰহ শ্মশানত অনুষ্ঠিত হ'ব। কাৰ্টুনক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে চিৰঞ্জীৱ দত্তৰ।