road accident
road accident road accident
অসম

কাছাৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ছাত্ৰ

Asomiya Pratidin
  • কাছাৰৰ লক্ষীপুৰৰ সিঙিৰবন্দত ভয়ংকৰ পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।

  • দুৰ্ঘটনাত মোহাম্মদ ফয়ছল নামৰ এজন ছাত্র থিতাতে নিহত।

  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন ছাত্র।

  • আহতজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি।

  • বাইকেৰে গৈ থকা অৱস্থাত নিয়ন্ত্রণ হেৰুৱাই সংঘটিত এই দুৰ্ঘটনা।