কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা ।ঘটনাস্থলীত মৃত্যু ৪ গৰাকী কলেজীয়া ছাত্ৰৰ । এজনৰ অবস্থা যথেষ্ট সংকট জনক ।অল্টো আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষমৃত্যু হোৱা ৪ গৰাকী আছিল বদৰপুৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ ।