অসম

ঘোচখোৰ বন বিষয়াক দৌৰাই দৌৰাই ধৰিলে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ বিষয়াই…

asomiyapratidin

ডিজিটেল ডেস্কঃ ঘোচখোৰ বন বিষাৰ বৈলে, ১ কিলোমিটাৰ দৌৰাই দৌৰাই ধৰিলে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ এটা দলে। কাছাৰৰ লখিপুৰ বন পিৰসৰৰ বিষয়া দেৱব্ৰত গোঁহাইক আজি উৎকোচ লোৱাৰ সময়তে ধৰা পেলায়। উৎকোচৰ ধন লোৱাৰ সময়তে দুৰ্নীতি বিৰোধী সঞ্চালকায়লয়ৰ দলটোক দেখি হাতত ধন লৈয়ে নিজ চেম্বাৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল দেৱব্ৰত গোঁহাই নামৰ বন বিষয়াজনে।

ইয়াৰ পিছতে দুৰ্নীতি বিৰোধী সঞ্চালকালয়ৰ দলে তেওঁক দৌৰাই দৌৰাই ১ কিলোমিটাৰ পৰ্যন্ত খেদি যায় আৰু কৰায়ত্ব কৰে।