অসম

কাছাৰত বিস্ফোৰণ...

Asomiya Pratidin
  • কাছাৰৰ কচুদৰমৰ ৰহমান নগৰত বিস্ফোৰণ।

  • এজোপা গছত বিস্ফোৰণ হয় এটা বোমা।

  • মঙলবাৰে সংঘটিত হয় এই ঘটনা।

  • কোনো দুষ্কৃতিকাৰীয়ে গছত ওলোমাই থৈ গৈছিল বোমাটো।

  • বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।

  • ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি।

  • ঘটনাস্থলীত উপস্থিত কাছাৰৰ আৰক্ষী।

  • আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কেনেদৰে বিস্ফোৰণ হ'ল বোমা