সান্ধ্য আইন জাৰী কৰাৰ পিছতো মহানগৰীত অব্যাহত উত্তেজনা।তাজ ভিভাণ্টাৰ সন্মুখত জাপানৰ প্ৰধানমন্ত্ৰী আদৰণী তোৰণত প্ৰতিবাদকাৰীয়ে লগালে জুই।আদৰণিৰ বাবে নিৰ্মাণ কৰা মঞ্চখনতো অগ্নি সংযোগ।গেমছ ভিলেজৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।