ৰাজপথত হাজাৰ হাজাৰ লোক।উত্তপ্ত হৈ পৰিছে গুৱাহাটী মহানগৰ।ৰাজপথত অৱস্থান কৰিছে বহু অসমীয়াই।সকলো লোকে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।চৰকাৰক গৰিহণা দল-সংগঠনৰ।বৰ্তমানৰ লৈকে কেবাজনো লোক আহত হোৱাৰ লগতে নিহত হৈছে ২জন।