- কেবত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে।
- এতিয়াৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ল।
- ৰাজ্যত অব্যাহত থকা প্ৰতিবাদৰ মাজতে আইনত পৰিণত হ'ল বিধেয়কখন।
- উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে স্বাক্ষৰ কৰিলে বিধেয়কখনত।
- ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাণ হেৰুৱাইছে ৩জন লোকে।
- ইফালে জিএমচিএইচত ২৬ জন লোক চিকিৎসাধীন বুলি জানিব পৰা গৈছে।