sc caa
sc caa 
অসম

উচ্চতম ন্যায়ালয়ত 'কা'ৰ শুনানি সম্পন্ন, পৰৱৰ্তী শুনানিৰ দিন ৬ ডিচেম্বৰত...

Asomiya Pratidin

ডিজিটেল ডেস্ক : সোমবাৰে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইনৰ শুনানি সম্পন্ন হয়। মুখ্য ন্যায়ালয়ত উদয় উমেশ ললিতৰে গঠিত ৩ জনীয়া বিচাৰপীঠে গ্রহণ কৰে 'কা'ৰ শুনানি।

উল্লেখ্য যে ৪ সপ্তাহৰ ভিতৰত অসম, ত্রিপুৰা চৰকাৰে দাখিল কৰিব নোৱাৰিলে শপতনামা। ইতিমধ্যে কেন্দ্রীয় চৰকাৰে শপতনামা দাখিল কৰিছে সৰ্বোচ্চ ন্যালায়ত। আনহাতে, পৰৱৰ্তী শুনানিৰ দিন ৬ ডিচেম্বৰত ধাৰ্য কৰা হৈছে।