অসম

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ ঘৰ ঘেৰাও, প্ৰতিচ্ছবিত জোতাৰ মালা পিন্ধাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

asomiyapratidin
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত উত্তাল প্ৰতিবাদ।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ ঘৰ ঘৰেও প্ৰতিবাদকাৰীৰ।
  • শুকুৰবাৰে সহস্ৰাধিক লোকে সৰভোগৰ পৰা পদব্ৰজে আহি ঘেৰাও কৰে নেতাজনৰ বাসগৃহ।
  • ৰণজিৎ দাসৰ প্ৰতিচ্ছবিত জোতাৰ মালা পিন্ধাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চোঁচৰাই আনে প্ৰতিবাদকাৰীয়ে।
  • বিভিন্ন চৰকাৰবিৰোধী শ্লগা'ন দি আইন বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।