অসম

খানাপাৰাত জাতীয় পতাকা উত্তোলন কৰিলে মু্খ্যমন্ত্ৰীয়ে, LIVE

asomiyapratidin
  • খানাপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উত্তোলন কৰিলে জাতীয় পতাকা।
  • উত্তোলন কৰিয়ে সমগ্ৰ দেশ তথা ৰাজ্যবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।
  • সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰা কাৰ্যক প্ৰশংসা।
  • সংবিধানৰ ৩৭০ ধাৰা আৰু ৩৫(ক) অনুচ্ছেদ প্ৰত্যাহাৰ কৰা কাৰ্যক সাহসী পদক্ষেপ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
  • এন আৰ চি প্ৰক্ৰিয়াও সুকলমে সম্পন্ন হ'ব বুলি আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীৰ।
  • ৰাজ্যৰ ১ লাখ ভূমিহীনক মাটিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি।
  • কাজিৰঙাত বন্যপ্ৰানীৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে।
  • খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰী LIVE
https://www.facebook.com/cmofficeassam/videos/2325410190905902/