বিশ্বনাথৰ সাকোমঠাত ভয়াৱহ দুৰ্ঘটনাসাকোমঠা চাহবাগিছাৰ বুঢ়াবাবা থানৰ সমীপত এই দুৰ্ঘটনা৷১৫ নং ৰাষ্টীয় ঘাইপথত ট্ৰাক আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষ৷এই দুৰ্ঘটনাত থিতাতে নিহত ছফিকুল ইছলাম নামৰ এজন৷দুৰ্ঘটনাটোত আহত আন ৫ জন লোক।