অসম

কাছাৰৰ ভাংগাৰপাৰত জব্দ চুপাৰিভৰ্তি ট্রাক

Asomiya Pratidin
  • কাছাৰৰ ভাংগাৰপাৰত জব্দ চুপাৰিভৰ্তি ট্রাক

  • চুপাৰি সৰবৰাহৰ সময়তে ৰাইজে জব্দ কৰে ট্রাক দুখন

  • ট্রাক দুখনৰ পৰা জব্দ কেইবা কুইণ্টল বাৰ্মিজ চুপাৰী

  • বৰ্তমান পলাতক জব্দকৃত ট্রাক দুখনৰ চালক

  • ৰাইজে ভাংগাৰপাৰ আৰক্ষীক চমজাই দিয়ে ট্রাক দুখন

আৰু পঢ়ক :