অসম

মহানগৰীৰ পৰা চুৰি বাইক উদ্ধাৰ বোকাখাতত

asomiyapratidin
  • মহানগৰীত অব্যাহত বাইক চোৰৰ তাণ্ডৱ।
  • গুৱাহাটীৰ পৰা চুৰি হোৱা এখন বাইক বোকাখাতত উদ্ধাৰ।
  • বোকাখাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে এএছ ০১ ডিএন ০৯২৬ নম্বৰৰ বুলেটখন।
  • বুধবাৰে নিশা গুৱাহাটীৰ জয়ানগৰৰ পৰা চুৰি হৈছিল বুলেটখন।