অসম

বোকাখাতত বাঢ়নী পানীত পৰি  যুৱকৰ মৃত্যু

asomiyapratidin
  • বোকাখাতত অঘটন।
  • ডিফলুপথাৰত বিহদিয়া বিলৰ বাঢ়নী পানীত পৰি যুৱকৰ মৃত্যু।
  • যুৱকজনৰ নাম চুটু মাঝি।
  • এছ ডি আৰ এফে উদ্ধাৰ কৰে মৃতদেহটো।