অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিন।অসম মহিলা বিশ্ববিদ্যালয় (সংশোধন) বিল-২১ উত্থাপন কৰিবলৈ অনুমতি বিচাৰিব সদনত।এই অনুমোদন বিচাৰিব শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।শুকুৰবাৰে দাখিল কৰা হ'ব সাধাৰণ বাজেট।বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।