ওদালগুৰিৰ হৰিশিঙাত ৰেলত বিস্ফোৰণ।
চলন্ত ৰেলতে সংঘটিত হৈছে এই ঘটনা।
বিস্ফোৰণত আহত ৩জন ৰেল যাত্ৰী।
আতংকিত ৰেল যাত্ৰী।
হৰিশিঙাতে আৱদ্ধ হৈ আছে ৰেলখন।
বিস্ফোৰণৰ পিছতে উপস্থিত আৰক্ষীৰ দল।
সন্ধিয়া প্ৰায় ৭.০৫ বজাত সংঘটিত হয় এই অঘটন।
কামাখ্যা-ডেকাৰগাঁও এক্সপ্ৰেছত সংঘটিত এই বিস্ফোৰণ।
আহত এজনক ৰাহুল দাস বুলি চিনাক্ত।