ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক সংঘাত।বিশ্ববিদ্যালয়ৰ চৌহদতে আক্ৰমণ ছাত্ৰক।বিশ্ববিদ্যালয়ৰ নৱ কুমাৰ ভৰালী নামৰ ছাত্ৰজনক আক্ৰমণ আন একাংশ ছাত্ৰৰ।আজি ঘোষণা কৰা হৈছিল নিৰ্বাচনৰ ফলাফল।নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিছিল নিৰ্দলীয় প্ৰাৰ্থীয়ে।