অসম

হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ….

asomiyapratidin
  • বৃহস্পতিবাৰেও হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • প্ৰতি ঘণ্টাত ৩-৪ছেঃমিকৈ হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।
  • বৃহস্পতিবাৰে পুৱা ৭ বজাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হৈছেগৈ ৫০.৭০ ছেণ্টিমিটাৰ।
  • বুধবাৰে পুৱা ৭ বজাত জলপৃষ্ঠ আছিল ৫১.১৮ ছেণ্টিমিটাৰ।
  • উল্লখ্য যে. ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ বিপদসীমা ৪৯.৬৮ ছেন্টিমিটাৰ
  • বৰ্তমানো বিপদসীমাৰ ১.০২ ছেঃমিঃ ওপৰেৰে বৈ আছে পানী।