- গোলাঘাটত আৰক্ষীৰ জালত এজন নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী।
- গোলাঘাট আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন যুৱকক।
- ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ নাম বিতোপন শৰ্মা।
- ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমাণৰ ব্ৰাউন ছুগাৰ।
- যুৱকজনে নিজেও ড্ৰাগছ সেৱন কৰে বুলি নিশ্চিত হৈছে আৰক্ষী।
- আৰক্ষীয়ে বৰ্তমানেও অব্যাহত সোধা পোছা।