- বক্সাৰ লাভলীনা বৰগোঁহাইৰ পিতৃ ত্ৰিকেন বৰগোঁহাই পঞ্চায়ত নিৰ্বাচনত জয়লাভ।
- সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূবৰ বৰপথাৰ পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।
- গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰূপে প্ৰতিদ্বন্দ্বিতা কৰিছিল ত্ৰিকেন বৰগোঁহায়ে।
- বিজেপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল তেওঁ।