অসম

বটদ্ৰৱাৰ ধনীয়াভেটিত ভূমিকেন্দ্ৰিক সংঘাত…

asomiyapratidin
  • বটদ্ৰৱাৰ ধনীয়াভেটিত ভূমিকেন্দ্ৰিক সংঘাত।
  • আতাবুৰ ৰহমানৰ ফৈদে দা , ষাঠি , তৰোৱালেৰে আক্ৰমণ কৰে আব্দুল ৰচিদৰ ফৈদক ।
  • এই আক্ৰমণত আব্দুল ৰচিদৰ ফৈদৰ মহিলাসহ পাঁচজনকৈ লোক গুৰুতৰ ভাৱে আহত হয় ।
  • আহত কেইজনক বটদ্ৰৱা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
  • ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ।