অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ তিনিচুকীয়া জিলাত।জিলাতখনত বন্ধ সমৰ্থকৰ ৰাজপথত টায়াৰ জ্বলাই বন্ধলৈ সমৰ্থন।ঠায়ে ঠায়ে বন্ধ সমৰ্থনকাৰীৰ বিক্ষিপ্ত ঘটনাৰ সৃষ্টি।আজিৰ দিনটোত জিলাখনত বন্ধ দেখা গ'ল দোকান-পোহাৰ।