নলবাৰীত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ।৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধৰ সমৰ্থনকাৰীৰ।সন্ধা, কলেজ চ'ক, বৰকুৰাতো প্ৰতিবাদ সাব্যস্ত কৰে সমৰ্থনকাৰীয়ে।পুৱাৰে পৰা স্তব্ধ হৈ পৰে জনজীৱন।