অসম

ডিব্ৰুগড়ত আটক শতাধিক বন্ধ সমৰ্থনকাৰী, থানা চৌহদত উত্তপ্ত পৰিস্থিতি

asomiyapratidin
  • ডিব্ৰুগড়ত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷
  • বন্ধৰ সমৰ্থনত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থনকাৰীৰ৷
  • আৰক্ষীয়ে আটক কৰে শতাধিক বন্ধ সমৰ্থনকাৰীক৷
  • সদৰ থানাৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷
  • জিলাখনত আজি স্তব্ধ হৈ পৰা জনজীৱন৷