- কামৰূপ জিলাৰ বকোত পুৱতি নিশা গাড়ী চুৰি কাণ্ড সংঘটিত হয় ।
- বকো থানাৰ অন্তৰ্গত বৰপাৰা গাঁৱৰ পৰা চুৰি হয় এখন এএচ-০১/এচি-০২৯২ নম্বৰৰ বলেৰ' পিকআপ।
- গাড়ীখনৰ মালিক লাৱণ্য প্ৰসাদ মজুমদাৰ।
- পুৱতি নিশা প্ৰায় ২.২৫ বজাত দুটা চোৰে লাৱণ্য প্ৰসাদ মজুমদাৰৰ সৈনিক হাৰ্ডৱেৰ নামৰ দোকানৰ সন্মুখৰ পৰা চুৰি কৰি নিয়ে গাড়ীখন ।
- গড়ী চুৰি কৰি নিয়াৰ সমগ্ৰ দৃশ্য চিচি টিভিত বন্দী ।