অসম

অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী, হোৱা নাই চিনাক্ত...

Asomiya Pratidin
  • বকোৰ বামুণীগাঁৱৰ ভুৰকীবাৰীত শোকাৱহ ঘটনা।

  • অচিনাক্ত বাহনৰ খুন্দাত নিহত বাইক আৰোহী।

  • নিহত বাইক আৰোহীজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই।

  • ঘটনাস্থলীত ইতিমধ্যে উপস্থিত আৰক্ষী।

  • বাইকখনৰ নং- AS01 F 77961।

  • তদন্ত আৰম্ভ আৰক্ষীৰ।