বকোত গেলামালৰ দোকানীৰ দেহত COVID19।কোৰোনাৰ ৰিজাল্ট পজিটিভ অহাৰ লগে লগে লাগিছে হুৱা-দুৱা।কিয়নো তেওঁৰ সংস্পৰ্শলৈ আহিছিল বহু লোক।আক্ৰান্ত লোকজনৰ নাম প্ৰসন্ন অধিকাৰী।২৩ জুনত স্বাৱ পৰীক্ষা কৰিছিল প্ৰসন্ন অধিকাৰীয়ে।