অসম

বোকাখাতত চোৰৰ চাফাই অভিযান

asomiyapratidin
  • বোকাখাতৰ সোমবাৰে নিশা চোৰৰ লুট।
  • চিদ্দিকা আহমেদ নামৰ এজন লোকৰ ঘৰত চোৰে চলালে চাফাই অভিযান।
  • ব্যক্তিজনৰ ঘৰত কোনো নথকাৰ সুযোগতে এনেদৰে লুট চলালে চোৰে।
  • ২ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰসহ বিভিন্ন সা-সামগ্ৰী লুটি নিলে চোৰে।
  • চোৰক কৰায়ত্ত কৰিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত।