অসম

অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক...

Asomiya Pratidin
  • বোকাখাতৰ মেথনিত পথ দুৰ্ঘটনা।

  • অচিনাক্ত বাহনে মহতিয়ালে দুজন স্কুটী আৰোহীক।

  • স্কুটিখনৰ নম্বৰ AS01-BD-4797 ।

  • গুৱাহাটীৰ পৰা যোৰহাটলৈ আহি আছিল অভিজিত ঘোষ আৰু বিজয় ৰয় নামৰ যুৱকদ্বয়।

  • সংকটজনক অৱস্থাত দুয়োকে বোকাখাতৰ স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি।