অসম

বোকাখাতত পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin
  • বোকাখাতত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত এজন ছেক্টৰ বিষয়া নিহত।
  • বাইকৰ খুন্দাত নিহত ছেক্টৰ বিষয়া মোহন গগৈ।
  • কাৰ্বি আংলং সমষ্টিত ছেক্টৰ বিষয়া আছিল গগৈ।
  • দুৰ্ঘটনা সংঘটিত কৰি বাইকসহ উধাও চালকজন।