অসম

বোকাখাতৰ সাপজুৰিত পথ দুৰ্ঘটনা, নিহত ১

asomiyapratidin
  • বোকাখাতৰ সাপজুৰিত পথ দুৰ্ঘটনাত নিহত এজন।
  • অজ্ঞাত বাহন আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষত থিতাতে নিহত হয় পুতুল বৰা নামৰ লোকজন।
  • নোমল বৰদলৈ নামৰ আন এজন গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
  • দুয়োৰে ঘৰ ডিফলু পথাৰ ৰাঙলু গাঁৱত।
  • বোকাখাতৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।